ধাতুৰ ক্ষয়ীভৱন বুলিলে কি বুজা? দুটা উদাহৰণ দিয়া৷ (দশম শ্ৰেণীৰ বাবে)

1. ধাতুৰ ক্ষয়ীভৱন বুলিলে কি বুজা? দুটা উদাহৰণ দিয়া৷ 
  বা এটা উদাহৰণেৰে ব্যাখ্যা কৰা - ক্ষয়ীভৱন৷ 
  বা ক্ষয়ীভৱন মানে কি লিখা৷ TP.18
উঃ যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া ইয়াৰ ক্ষয় ঘটে আৰু এই প্ৰক্ৰিয়াটোকে ধাতুৰ ক্ষয়ীভৱন বুলি কোৱা হয়৷
যেনে ছিলভাৰৰ ওপৰত পৰা ক’লা চামনি আৰু কপাৰৰ ওপৰত পৰা সেউজীয়া চামনি আদি৷ 

Comments

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

তাপৰ ধাৰণা, বিজ্ঞান, সপ্তম শ্ৰেণী, শংকৰদেৱ শিশু/বিদ্যা নিকেতন, বেলতলা, গুৱাহাটী (পৰিকল্পনা, প্ৰস্তুতি আৰু ডিটিপি সত্যজিৎ শইকীয়া)।

ণত্ব বিধি আৰু ষত্ব বিধি