ধাতুৰ ক্ষয়ীভৱন বুলিলে কি বুজা? দুটা উদাহৰণ দিয়া৷ (দশম শ্ৰেণীৰ বাবে)

1. ধাতুৰ ক্ষয়ীভৱন বুলিলে কি বুজা? দুটা উদাহৰণ দিয়া৷ 
  বা এটা উদাহৰণেৰে ব্যাখ্যা কৰা - ক্ষয়ীভৱন৷ 
  বা ক্ষয়ীভৱন মানে কি লিখা৷ TP.18
উঃ যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া ইয়াৰ ক্ষয় ঘটে আৰু এই প্ৰক্ৰিয়াটোকে ধাতুৰ ক্ষয়ীভৱন বুলি কোৱা হয়৷
যেনে ছিলভাৰৰ ওপৰত পৰা ক’লা চামনি আৰু কপাৰৰ ওপৰত পৰা সেউজীয়া চামনি আদি৷ 

Comments

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

তাপৰ ধাৰণা, বিজ্ঞান, সপ্তম শ্ৰেণী, শংকৰদেৱ শিশু/বিদ্যা নিকেতন, বেলতলা, গুৱাহাটী (পৰিকল্পনা, প্ৰস্তুতি আৰু ডিটিপি সত্যজিৎ শইকীয়া)।