নিয়ন্ত্ৰণ আৰু সমন্বয় (মেট্ৰীক পৰীক্ষাৰ্থীসকললৈ শুভেচ্ছাৰে - বিকল্পধৰ্মী প্ৰশ্নপত্ৰ-7.1, দশম শ্ৰেণী)



1. স্নায়ু প্ৰবৰ্ধৰ প্ৰকাৰ দুটা হ’ল -Test Paper.2016




2. দুটা স্নায়ুকোষ বা নিউৰণৰ মাজৰ খালী ঠাইক বা শূন্য স্থানক কি বুলি কোৱা হয়? TP.16,17,18




3. প্ৰতীপ ধনুসমূহ গঠন হয় - TP.17




4. মস্তিস্ক (brain) আৰু স্নায়ুৰজ্জু (spinal cord) লগ লাগি গঠন কৰা তন্ত্ৰটো হ’ল -TP.16




5. আমাৰ মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনা কৰা অংগটো -




6. শৰীৰৰ বিভিন্ন সংগ্ৰাহী ইন্দ্ৰিয়ৰ পৰা অহা স্নায়ুপ্ৰেৰণা গ্ৰহণ কৰা মস্তিষ্কৰ অংশটো হ’ল -TP.17




7. আমাৰ মস্তিষ্কত শ্ৰৱণ, ঘ্ৰাণ, দৃষ্টি আদিৰ এলেকা থাকে -




8. ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ’ল -TP.18




9. অনৈচ্চিক কাৰ্য যেনে চকী এখন ঘূৰোৱা নিয়ন্ত্ৰণ কৰা অংশটো হৈছে -TP.15




10. চাইকেল চলাই যাওঁতে মগজুৰ কোন অংশই শৰীৰৰ ভংগীমা আৰু সমতা নিয়ন্ত্ৰণ কৰে?TP.15,17,18





Show me the answers!
Question 1: ডেনড্ৰাইট আৰু এক্সন
Question 2: ছাইনেপ্‌ছ.
Question 3: স্নায়ুৰজ্জুত.
Question 4: কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ.
Question 5: প্ৰমস্তিষ্ক৷.
Question 6: প্ৰমস্তিষ্ক.
Question 7: প্ৰমস্তিষ্ক.
Question 8: হাইপ’থেলামাছ.
Question 9: মধ্যমস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক.
Question 10: চেৰিবেলাম.
Thank you. Visit again
Prepared by Satyajeet Saikia, SSN, Beltola, Ghy-28.

Comments

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

তাপৰ ধাৰণা, বিজ্ঞান, সপ্তম শ্ৰেণী, শংকৰদেৱ শিশু/বিদ্যা নিকেতন, বেলতলা, গুৱাহাটী (পৰিকল্পনা, প্ৰস্তুতি আৰু ডিটিপি সত্যজিৎ শইকীয়া)।

ণত্ব বিধি আৰু ষত্ব বিধি