लभेत् सिकतासु तैलमपि यत्नतः पीडयन् (भर्नीतृहरिः, तिशतकम्)

लभेत् सिकतासु तैलमपि यत्नतः पीडयन्
पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः।
कदाचिदपि पर्यटञ्चशविषाणमासादयेत्
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत्।।5।।

অসমীয়া অৰ্থ ঃ কোনো লোকে ত্ন সহকাৰে গুড়ি কৰি বালিৰ পৰাও তেল উলিয়াব পাৰে, আৰু পিয়াহত অতি আতুৰ লোকে মৃগমৰিচীকাৰ মাজতো পানী পান কৰিব পাৰিব পাৰে; বিভিন্ন ঠাই ভ্ৰমি ফুৰা লোকে শহা পহুৰ শিং দেখা পাবও পাৰে,  কিন্তু কোনেও অহংকাৰী মূৰ্খলোকৰ চিত্ত প্ৰসন্ন কৰিব নোৱাৰে।
English Meaning - Grinding hard, a man may obtain oil from sands, a wanderer, somehow or other, may come by a horn of a rabbit, one may be able to quench his thurst with the waters of a mirage, but nobody can satisfy the heart of a haughty fool.

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

তাপৰ ধাৰণা, বিজ্ঞান, সপ্তম শ্ৰেণী, শংকৰদেৱ শিশু/বিদ্যা নিকেতন, বেলতলা, গুৱাহাটী (পৰিকল্পনা, প্ৰস্তুতি আৰু ডিটিপি সত্যজিৎ শইকীয়া)।

ণত্ব বিধি আৰু ষত্ব বিধি