दिषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः। स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमाददे॥3॥ (भारवीकृत तिरातार्जुनीयम्, श्लोक-3))

दिषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः।
स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमाददे॥3॥

অসমীয়া অৰ্থ - শত্ৰুৰ বিনাশৰ বাবে উদ্যোগ লোৱাৰ অভিলাষা কৰা যুধিষ্ঠিৰৰ পৰা (অপ্ৰিয় সত্য কোৱাৰ) অনুমতি লাভ কৰি আছুতীয়াকৈ (একান্তত) গুপ্তচৰে শব্দৰ সৌন্দৰ্য (সৌষ্ঠৱ) তথা অৰ্থৰ গিৰমাৰূপী গুণযুক্ত হোৱা বাবে বিশেষভাৱে সুশোভিত তথা প্ৰামাণিক অৰ্থযুক্ত (শব্দসুষমাময়ী, অৰ্থগৰিমাযুক্ত, প্ৰামাণিকী) এনে ধৰণৰ কথা (আগলৈ, পৰৱৰ্তী সময়ত) কবলৈ ধৰিলে।

Comments

Popular posts from this blog

ণত্ব বিধি আৰু ষত্ব বিধি

DMIT Report কি?

"Kamala" by Vijay Tendulkar