ৰাসায়নিক বিক্ৰয়া আৰু সমীকৰণ (মেট্ৰীক পৰীক্ষাৰ্থীসকললৈ শুভেচ্ছাৰে - বিকল্পধৰ্মী প্ৰশ্নপত্ৰ-1.1, দশম শ্ৰেণী)


1. বায়ুৰ অক্সিজেন আৰু মেগনেছিয়ামৰ মাজত হোৱা বিক্ৰিয়াৰ ফলত _________ উৎপন্ন হয়৷




2. এটা পৰীক্ষানলীত লেড নাইট্ৰেটৰ দ্ৰৱ লৈ ইয়াত পটেছিয়াম আয়’ডাইডৰ দ্ৰৱ যোগ কৰা৷TP.18
উৎপন্ন হোৱা অধঃক্ষেপৰ ৰং কি হব?




3. এটা পৰীক্ষানলীত লেড নাইট্ৰেটৰ দ্ৰৱ লৈ ইয়াত পটেছিয়াম আয়’ডাইডৰ দ্ৰৱ যোগ কৰা৷TP.18
বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা৷




4. এটা কনিকেল ফ্লাক্স বা পৰীক্ষানলত কেইটুকুৰামান যিংক লৈ তাত লঘু হাইড্ৰ’ক্ল’ৰিক এছিড যোগ কৰিলে উত্পন্ন হ’ব -




5. এটা কনিকেল ফ্লাক্স বা পৰীক্ষানলত কেইটুকুৰামান যিংক লৈ তাত লঘু ছালফিউৰিক এছিড যোগ কৰিলে উত্পন্ন হ’ব -




6. কি ঘটে, যেতিয়া লঘু হাইড্ৰ’ক্ল’ৰিক এছিড লোৰ গুৰিত যোগ কৰা হয়? শুদ্ধ উত্তৰটোত টিক্‌ চিন দিয়া৷TP.17,18




7. কেলছিয়াম অক্সাইডৰ অন্য নাম কি?




8. কেলছিয়াম অক্সাইড তথা পোৰা চূণৰ সংকেত লিখা৷




9. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্ছ গলনাংকৰ যৌগ উৎপন্ন কৰে৷ যৌগটো পানীত দ্ৰৱণীয়৷ সম্ভৱপৰ মৌলটো হ’ল -




10. কেলছিয়াম হাইড্ৰ’ক্সাইড তথা শিথিলিত চূণৰ সংকেত কি?





Show me the answers!
Question 1: MgO.
Question 2: হালধীয়া.
Question 3: Pb(NO3)2(aq)+2KI(aq) ---> 2KNO3(s)+PbI2(aq).
Question 4: ZnCl2 আৰু H2.
Question 5: ZnSO4 আৰু H2.
Question 6: হাইড্ৰ’জেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়৷.
Question 7: পোৰা চূণ.
Question 8: CaO.
Question 9: কেলছিয়াম.
Question 10: Ca(OH)2.
Thank you. Visit again

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

তাপৰ ধাৰণা, বিজ্ঞান, সপ্তম শ্ৰেণী, শংকৰদেৱ শিশু/বিদ্যা নিকেতন, বেলতলা, গুৱাহাটী (পৰিকল্পনা, প্ৰস্তুতি আৰু ডিটিপি সত্যজিৎ শইকীয়া)।

ণত্ব বিধি আৰু ষত্ব বিধি