বিদ্যুত্ চুম্বকীয় আৱেশ বুলিলে কি বুজা?

উত্তৰ - কোনো বন্ধ বৰ্তনীত চুম্বকীয় ক্ৰিয়াৰ দ্বাৰা তথা বৰ্তনীটোৰ ওপৰত ক্ৰিয়াশীল চৌম্বকীয় বলৰেখাবোৰৰ পৰিৱৰ্তনৰ দ্বাৰা বৰ্তনীটোত  বিদ্যুত্ প্ৰৱাহ আৱিষ্ট কৰা প্ৰক্ৰিয়াকে বিদ্যুত্ চুম্বকীয় আৱেশ বুলি কোৱা হয়। 

Comments

Popular posts from this blog

ণত্ব বিধি আৰু ষত্ব বিধি

দশমিক সংখ্যাৰ পূৰণ।

DMIT Report কি?