ৰক্ত কেশিকা বা কৈশিক নলীকা কাক বোলে?


উত্তৰ – কোনো অংগ নতুবা কলাত সোমাই পৰাৰ পিছত ধমনীসমূহ ভাগ ভাগ হৈ‍ সৃষ্টি কৰা অতি মিহি ৰক্ত নলীকাবোৰকে ৰক্ত কেশিকা বা কৈশিক নলীকা বোলে৷

Comments

Popular posts from this blog

"Kamala" by Vijay Tendulkar

DMIT Report কি?

ণত্ব বিধি আৰু ষত্ব বিধি