Posts

DMIT Report কি?

Image
  শিশুটিক শিকোৱাৰ আগতে , শিশুটিৰ পৰা কিবা-কিবি আশা কৰাৰ আগতে শিশুটিক জানি লওক। (Know Your Child Before You Teach, Know Your Child Before You Lead) হয়, শিশু মানে ইয়াত সৰুৰ পৰা ডাঙৰলৈ যিকোনো লোকৰে কথা কোৱা হৈছে। শিকাৰু (Learner) হিচাপে সকলোকে এই লিখনিত শিশু বুলিয়ে ক ’ ম। শিশুক কিবা এটা শিকোৱাৰ আগতে তথা শিশু এটিৰ পৰা কিবা-কিবি আশা কৰাৰ আগতে শিশুটিৰ বিষয়ে বহুতো কথা জানি ল ’ ব লগীয়া থাকে। নিজে কিবা এটা শিকিবলৈ লৈও নিজৰ সামৰ্থ্য - সীমাবদ্ধতা, স্বকীয় প্ৰতিভা আদি বিষয়ক কথাবোৰ জানি ল ’ ব লাগে। ইয়াৰে কিছু মূল মূল কথা তলত দিয়া ধৰণৰ -      শিকাৰ ধৰণ :   আমি প্ৰায়ে ভাবি নাচাওঁ যে শিকাৰ ধৰণটো সকলোৰে একে নহয়, আৰু যাৰ যি শিকাৰ ধৰণৰ সেইটো জন্মগত। পৰিৱেশে শিশুৰ জন্মগত শিকাৰ ধৰণৰ পৃথক শিকন পৰিৱেশ দিলে শিশুটিয়ে ক ’ ব নোৱাৰাকৈয়ে তাৰ লগত অভ্যস্ত হ ’ বলৈ যথেষ্ট অসুবিধা পায় আৰু শিকাৰ সময়ত অকল্পনীয় প্ৰত্যাহ্বানৰ সন্মুখীন হ ’ ব লগীয়া হয়। এইদৰে শিশুটিৰ ফলাফল আশানুৰূপ হোৱাত বাধা আহে, আৰু সকলোৰে মাজত দুঃশ্চিন্তাই ঠাই পায়। কি এই শিকাৰ ধৰণ ? কৈছোঁ ৰ ’ ব। ইয়াৰো আকৌ বহুকেইটা প্ৰকাৰ। আমি প্ৰথমে ভাবি চাওঁচোন আম

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

Image
ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ  (সকলো প্ৰশ্নোত্তৰ) দশম শ্ৰেণী এই প্ৰশ্নোত্তৰবোৰ অলপতে প্ৰকাশ হোৱা দশম শ্ৰেণীৰ "ছায়ে'ন্স টিউটৰ" নামৰ কিতাপখনৰ প্ৰথম পাঠ। ইয়াত প্ৰশ্নোত্তৰবোৰ পাঠৰ ক্ৰমানুসাৰে সজোৱা আছে। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুখবৰ। প্ৰকাশ পালে "ছায়ে'ন্স টিউটৰ" নামৰ কিতাপখন। কিতাপখনত আছে - (1) “বিজ্ঞান” পাঠ্যপুথিখন এফালৰ পৰা পঢ়ি গ’লে ওলাব পৰা 2,500 ৰো অধিক সৰু-ডাঙৰ প্ৰশ্নোত্তৰ।  (2) প্ৰশ্নোত্তৰসমূহ ক্ৰমানুসাৰে আৰু সহজৰ পৰা জটিললৈ সজোৱা আছে৷ গতিকে অন্ততঃ প্ৰথম বাৰ পঢ়োঁতে এফালৰ পৰা পঢ়িলে কথাবোৰ বুজিবলৈ বেছি সহজ হ’ব। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে আগৰ প্ৰশ্ন একোটা মনত ৰাখিলে পিছৰ প্ৰশ্নবোৰ তুলনামূলকভাৱে বেছি সহজে মনত ৰ’ব৷ কিয়নো, ছাত্ৰ-ছাত্ৰীৰ সহায়ক হোৱাকৈ প্ৰশ্নোত্তৰবোৰৰ ভাষা প্ৰায় একে কৰা হৈছে৷ - কিতাপখন পঢ়ি চালে কথাটো বেছি ভালকৈ বুজা যাব।  (3) 2014 চনৰ পৰা বিভিন্ন টেষ্ট পেপাৰত অহা প্ৰশ্নোত্তৰসমূহ বিচাৰি উলিয়াই ইয়াত অন্তৰ্ভূক্ত কৰা হৈছে৷ প্ৰশ্নবোৰ যি পাঠৰ যি ঠাইৰ পৰা আহিছিল, তাতেই ৰখা হৈছে৷ টেষ্ট পেপাৰত অহা প্ৰশ্নবোৰৰ ক্ষেত্ৰত প্ৰশ্নবোৰৰ শেষত চমুকৈ TP (

Introduction to Computer Network

Image
Introduction to COMPUTER NETWORK 1. What is a computer network? Ans. A computer nerwork is a set of computers and other units that are connected with each other. 2. Give some example of wired technology. Ans. Coaxial cable, twisted pair cable, optical fiber cable, etc are example of  wired technology. 3. Give some example of wiredless technology. Ans. Bluetooth, Wi-Fi, WiMAX, etc are example of wiredless technology. 4. How many types of computer network are there based on the size of the network? Ans. There are four types of computer network. Example:- PAN (Personal Area Network), LAN (Local Area Network), MAN (Metropolitan Area Network), WAN (Wide Area Network). 5. What is Personal Area Network? Ans. Personal Area Network is the simplest computer network. It is normally set up for individual use within a limited geograplical range of about 10 meters from a central device to the other communicating device. For example, someone can set up a Personal Area Network be

Where The Mind is Without Fear , Class 6 , Bharati English Reader , SSVN , Assam

  Where The Mind is Without Fear      আমাৰ দেশত ইংৰাজে শাসন কৰাৰ সময়ত এই কবিতাটো লিখা হৈছিল। আমি তেতিয়া বিদেশী শক্তিৰ দাসত্বত বন্দী হৈ আছিলোঁ। মহান ভাৰতীয় জাতীয়তাবাদী আৰু দূৰদৰ্শী ব্যক্তি ৰবীন্দ্ৰনাথ ঠাকুৰে কামনা কৰিছিল ভাৰতৰ জনতা স্বাধীনতাৰ এক উজ্জ্বল প্ৰভাতৰ বাবে জাগ্ৰত হওক – এই স্বাধীনতা হওক দাসত্ব আৰু মানসিক শিকলিৰ পৰা স্বাধীনতা।      কবিতাটো এবাৰ উচ্চস্বৰে পঢ়া। তাৰ পিছত মনে মনে পঢ়া। পাৰিলে কবিতাটো মুখস্থ কৰি লোৱাঁ। Where The Mind is Without Fear Where the mind is without fear and the head is held high; Where knowledge is free; Where the world has not been broken up into fragments By narrow domestic walls; Where words come out from the depth of truth; Where tireless striving stretches its arms towards perfection; Where the clear stream of reason has not lost its way into the dreary desert sand of dead habit;. Where the mind is led forward by thee into ever-widening thought and action Into that heaven of freedom, my father, let my country awake. য'ত মনটো ভয়হীন

মৌল, যৌগ আৰু মিশ্ৰ , বিজ্ঞান, 9ম অধ্যায় , ষষ্ঠ শ্ৰেণী , শংকৰদেৱ শিশু নিকেতন

  অধ্যায় – 9 মৌল, যৌগ আৰু মিশ্ৰ ১। পদার্থ কাক বোলে ? উত্তৰ – বস্তুবোৰ যিহেৰে গঠিত তাকে পদাৰ্থ বোলে। ২। পদাৰ্থৰ শ্ৰেণীবিভাজন কৰা ? উত্তৰ – পদাৰ্থবোৰ তিনি প্ৰকাৰৰ –     (i) কঠিন বা গোটা পদাৰ্থ।     (ii) তৰল বা জুলীয়া পদাৰ্থ আৰু     (iii) গেছীয় পদাৰ্থ। ৩। মৌল আৰু যৌগ কাক বোলে ? উত্তৰ – যিবিলাক পদাৰ্থ ভাঙিলে একে জাতীয় অণু বা পৰমাণু পোৱা যায়, তেনেবিলাক পদাৰ্থকে মৌল বোলে।        যেনে – লো     মৌলবোৰ নিৰ্দিষ্ট অনুপাতত ৰাসায়নিকভাৱে লগ লাগি নতুন বস্তুৰ সৃষ্টি কৰিলে তাক যৌগ বোলে।        যেনে - পানী ৪। পাৰ্থক্য দেখুওৱাঁ : ক) মৌল আৰু যৌগ উত্তৰ - মৌল যৌগ (ক)মৌলবোৰ ভাঙিলে একেজাতীয় অণু বা পৰমাণু পোৱা যায়। (ক)যৌগবোৰ ভাঙিলে দুই বা ততোধিক মৌল পোৱা যায়। (খ)মৌলবোৰ ৰাসায়নিক প্ৰক্ৰিয়াৰে ভাঙিব নোৱাৰি। (খ)যৌগবোৰ ৰাসায়নিক প্ৰক্ৰিয়াৰে ভাঙিলে ইয়াৰ উপাদান মৌলবোৰ পোৱা যায়।   খ) যৌগ আৰু মিশ্ৰ উত্তৰ - যৌগ মিশ্ৰ (ক)বিভিন্ন মৌলৰ দুই বা ততোধিক পৰমাণু লগ লাগি যৌগ গঠ